Google search engine
25.4 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeব্ৰেকিং নিউজপুলৱামা-কুলগামৰ বিস্ফোৰণত জড়িত ২ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ...

পুলৱামা-কুলগামৰ বিস্ফোৰণত জড়িত ২ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ…

শ্ৰীনগৰ : জম্মু–কাশ্মীৰৰ বাদগামত সোমবাৰে চলোৱা এক অভিযানত নিৰাপত্তা বাহিনীয়ে লস্কৰ–ঈ–তৈবা আৰু তেহৰিক–ঈ–মুজাহিদীন সৈতে জড়িত দুটা সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰে৷ এই সন্ত্রাসবাদী দুটা পুলৱামা আৰু কুলগাম জিলাত গ্রেনেড বিস্ফোৰণৰ ঘটনাত জড়িত আছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে৷

আৰু পঢ়িব পাৰিব : বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১

সেনাৰ ৫৩ ৰাষ্ট্রীয় ৰাইফলছ আৰু আৰক্ষীয়ে যৌথভাৱে চলোৱা অভিযানত গ্রেপ্তাৰ হোৱা এই সন্ত্রাসবাদী দুটা সমীৰ আহমেদ ইট্ট’ আৰু উৱেইড আমিন মল্লা বুলি চিনাক্ত কৰা হৈছে৷

আৰু পঢ়িব পাৰিব : আজিয়ে শেষ আলফা (স্বাঃ) দিয়া সময়সীমা : কি হ’ব ২ বিষয়াৰ জীৱন ?

জানিব পৰা মতে দুয়োটা সন্ত্রাসবাদীয়ে লস্কৰ–ঈ–তৈবা আৰু তেহৰিক–উল–মুজাহি নামত বেনাৰ, পোষ্টাৰ তথা পতাকা প্রস্তুত কৰি বিভিন্ন স্থানত বিতৰণ কৰিছিল৷ 

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.4 ° C
25.4 °
25.4 °
94 %
2.7kmh
100 %
Fri
31 °
Sat
27 °
Sun
30 °
Mon
31 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular