Google search engine
30 C
Guwahati
Tuesday, August 3, 2021
Google search engine
Homeআঞ্চলিকআজি আনুষ্ঠানিক আত্মসমৰ্পণৰ সম্ভাৱনা জ্যেষ্ঠ আলফা নেতা জীৱন মৰাণৰ !

আজি আনুষ্ঠানিক আত্মসমৰ্পণৰ সম্ভাৱনা জ্যেষ্ঠ আলফা নেতা জীৱন মৰাণৰ !

ডিব্ৰুগড়ত : আজি আনুষ্ঠানিকভাৱে আত্মসমৰ্পণৰ সম্ভাৱনা আছে জ্যেষ্ঠ আলফা নেতা জীৱন মৰাণৰ৷ বৰ্তমান অৰুণাচল প্ৰদেশৰ টিৰাপৰ সেনা শিবিৰত থকা জ্যেষ্ঠ আলফা নেতাগৰাকীয়ে ডিব্ৰুগড়ত আত্মসমৰ্পণৰ সম্ভাৱনা আছে৷

আৰু পঢ়িব পাৰিব : ২০ খন টেম্পোক ক’ভিড এম্বুলেন্সলৈ ৰূপান্তৰ ব্যৱসায়ীৰ!

৪০ বছৰ আলফা (স্বাঃ)ৰ গুৰু দায়িত্বত থকা জীৱন মৰাণক স্বাস্থ্যজনিত কাৰণত আলফা (স্বাঃ)ৰ পৰা অব্যাহতি প্ৰদান কৰে বুলি জানিব পৰা গৈছে৷

আৰু পঢ়িব পাৰিব : ভোট গননা : নিৰ্বাচন আয়োগে জাৰি কৰিলে নতুন নিৰ্দেশনা

বুধবাৰে সেনাৰ ওচৰত আত্মসমৰ্পণ কৰা আলফা নেতাগৰাকীয়ে পাছত তিনিচুকীয়াৰ বাসগৃহলৈ যাব বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে৷

RELATED ARTICLES

Today's Weather

Guwahati
thunderstorm
30 ° C
30 °
30 °
79 %
0kmh
75 %
Tue
30 °
Wed
32 °
Thu
33 °
Fri
33 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular