চাকৰিৰ পৰা ইস্তফা জেএমচিএইচৰ দুগৰাকী জ্যেষ্ঠ চিকিৎসকৰ

যোৰহাটঃ জেএমচিএইচৰ সহকাৰী অধ্যাপক শংকৰজ্যোতি পৰাশৰ আৰু প্ৰিয়ংকা চাংমায়ে ইতিমধ্যে চাকৰিৰপৰা ইস্তফা গ্ৰহণ কৰাৰ বাবে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক পত্ৰ প্ৰদান কৰিছে।

আৰু পঢ়িব পাৰিব: দল এৰিম! ৰাহুল গান্ধীৰ বাবেই পুনৰ ভাঙোন কংগ্ৰেছত!

ক’ভিড ডিউটীত কোনো নিৰ্দিষ্ট সময় নথকাত ২৪ ঘণ্টাই ডিউটী কৰি ভাগৰি পৰিছে একাংশ চিকিৎসক।

আৰু পঢ়িব পাৰিব: আকোৰগোঁজ চীনৰ বিৰুদ্ধে চলিব ভাৰতৰ সামৰিক অভিযান!

ক’ভিডৰ দৰে ভয়াৱহ মহামাৰীৰ বিৰুদ্ধে চিকিৎসাসেৱা আগবঢ়ায়ো নিজৰ জীৱনৰ নিৰাপত্তা নোহোৱাত বাধ্য হ’ল চৰকাৰী চিকিৎসকৰ দৰে সন্মানীয় চাকৰিৰ পৰা ইস্তফা ল’বলৈ। এই ঘটনাই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Show More

Related Articles

Back to top button