spot_img
25 C
Guwahati
25 C
Guwahati
মঙলবাৰ, অক্টোবৰ 19, 2021
Homeআঞ্চলিকপুনৰ যোৰহাট আৰক্ষীৰ জালত সৰবৰাহকাৰী, কিমান জালনোট প্ৰৱঞ্চকৰ হাতত?

পুনৰ যোৰহাট আৰক্ষীৰ জালত সৰবৰাহকাৰী, কিমান জালনোট প্ৰৱঞ্চকৰ হাতত?

যোৰহাটঃ যোৰহাট আৰক্ষীয়ে পুনৰ গোলাঘাটৰ কছাৰীহাটৰ পৰা জালনোটসহ আটক কৰে এজনক। মঙলবাৰে পুৱাই ৪০০টকাৰ জাল নোটসহ যোৰহাট আৰক্ষীয়ে নিউ ভিল ৰোডৰ বজাৰৰ পৰা এজন ব্যক্তিক আটক কৰিছিল। এজন ব্যৱসায়ীৰ পৰা বজাৰ কৰিবলৈ লওঁতেই স্থানীয় ৰাইজে জাল নোটসহ আটক কৰিছিল ছৰীফুল হোছেইন নামৰ এজন লোকক।

তাৰ পাছতেই ছৰীফুল স্বীকাৰোক্তিৰ ভিত্তিত মঙলবাৰে বিয়লি ইমৰান হোছেইন নামৰ এজন লোকক আটক কৰে যোৰহাট আৰক্ষীয়ে। দুয়োজনকে সোধা-পোছা কৰাৰ অন্তত ১৩,২০০ টকা জাল নোটসহ ইয়াচিন হোছেইন নামৰ এজন লোকক গোলাঘাটৰ কছাৰীহাটৰ পৰা আটক কৰে যোৰহাট আৰক্ষীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular