spot_img
32 C
Guwahati
Tuesday, September 28, 2021
Homeৰাজনৈতিকপ্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে চ'চিয়েল মিডিয়াত প'ষ্ট কৰি গ্ৰেপ্তাৰ যোৰহাটৰ যুৱক

প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে চ’চিয়েল মিডিয়াত প’ষ্ট কৰি গ্ৰেপ্তাৰ যোৰহাটৰ যুৱক

যোৰহাট : এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে চ’চিয়েল মিডিয়াত প’ষ্ট কৰি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ যুৱক৷ যুৱকজন হৈছে যোৰহাটৰ পুব বঙালপুখুৰীৰ বাসিন্দা অভিলাষ দত্ত৷ দেশৰ প্ৰধান মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে নিজৰ ফেচবুক একাউন্টত প’ষ্ট দিছিল যুৱকজনে৷

যুৱকজন যোৰহাটৰ উপায়ুক্ত কাৰ্য্যালয়ৰ কৰ্মচাৰী৷ বিনয় কুমাৰ লিখক নামৰ এজন ব্যক্তিৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক৷

যুৱকজনে নৰেন্দ্ৰ মোদীক ট’ল কৰি দিয়া এটা পোষ্ট শ্বেয়াৰ কৰিছিল আৰু পোষ্টটোৰ ওপৰত কিছু অশালীন মন্তব্য দাঙি ধৰিছিল৷ যাৰ ফল স্বৰূপে যুৱকজনৰ ওপৰত গোচৰ ৰুজু হয় আৰু যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
32 ° C
34.4 °
32 °
66 %
2.1kmh
75 %
Tue
33 °
Wed
30 °
Thu
30 °
Fri
32 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular