spot_img
17 C
Guwahati
17 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকমডেল ৰাজকন্যাই খুন্দিওৱা জোচেফ মাৰাকৰৰ মৃত্যু

মডেল ৰাজকন্যাই খুন্দিওৱা জোচেফ মাৰাকৰৰ মৃত্যু

ডিজিটেল ডেস্কঃ আজি কিছু দিনৰ আগতে ৰাজকন্যা বৰুৱা নাম মডেলগৰাকীৰ নিয়ন্ত্ৰণহীন ভাৱে গাড়ী চলাই পদ-পথৰ কেইবাজনো লোকৰ জীৱন ঘূণীয়া কৰিছিল ৷ ১ অক্টোবৰ নিশা মডেলগৰাকীয়ে সুৰাপাণ কৰি সংঘটিত কৰা দুৰ্ঘটনাটোত ৯ জন লোক গুৰুতৰভাৱে আঘাট প্ৰাপ্ত হৈছিল।

মডেল গৰাকীয়ে কৰা এনেধৰণৰ অমানৱীয় কাণ্ডক সকলো লোকে একেমুখে গৰিহণা দিছিল৷ সেই দূৰ্ঘটনাটোৱে আন লোক সকলৰ আন এটা পৰিয়াললৈ নমাই আনিছ্লি কাল অমানিশা৷ তেওঁ আছিল যোছেফ মাৰাকৰ৷ ভয়ংকৰ দুৰ্ঘটনাত দুয়োভৰি হেৰুৱাই জিএমচি হাস্পতালৰ বিছনাত চিকিৎসাধীন হৈ আছিল৷ মৃত্যুৰ সৈতে যুজি-যুজি অৱশেষত ভাগৰি পৰিলে তেওঁ। চিকিৎসাধীন হৈ থকা যোছেফ মাৰাকৰ আজি ৰাতিপুৱা ১০ বজাত মৃত্যু হয়৷ মেঘালয়ৰ পশ্চিম গাড়ো পাহাৰৰ বাসিন্দা আছিল যোছেফ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular