spot_img
31 C
Guwahati
Wednesday, September 22, 2021
spot_img
Homeআঞ্চলিকজুৰীয়া আৰক্ষীৰ সফলতাঃ কুখ্যাত ডকাইত নুৰ মহম্মদক আটক

জুৰীয়া আৰক্ষীৰ সফলতাঃ কুখ্যাত ডকাইত নুৰ মহম্মদক আটক

ৰপহীহাটঃ ৰূপহীহাটৰ জুৰীয়াত কুখ্যাত ডকাইত আটক কৰা হৈছে । ধৃত ডকাইতটো ধিংবড়ি চাপৰিৰ নুৰ মহম্মদ বুলি আমাৰ সাংবাদিকে জনাইছে। জিলাখনত সংঘটিত হোৱা বহুকেইটা অপৰাধজনিত ঘটনাৰ লগতে শেহতীয়াকৈ সুঁতিৰপাৰ গ্ৰাহক সেৱা কেন্দ্ৰত ধন লুটপাটত জড়িত আছিল কুখ্যাত ডকাইত নুৰ মোহম্মদ।

প্ৰায় তিনি মাহৰ পূৰ্বে সুঁতিৰপাৰ গ্ৰাহক সেৱা কেন্দ্ৰত দুই ডকাইতে পিষ্টলেৰে গুলী ফুটাই গ্ৰাহকসেৱা কেন্দ্ৰৰ গৰাকী এলবাৰ্ট হুছেইনৰ পৰা লুটিছিল প্ৰায় ৩ লাখ টকা| আজি জুৰীয়া আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই আটক কৰে কুখ্যাত ডকাইত নুৰ মহম্মদক।

আৰক্ষীয়ে আটক কৰি অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
31 ° C
31 °
31 °
66 %
0kmh
75 %
Wed
30 °
Thu
32 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular