spot_img
18.6 C
Guwahati
18.6 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeৰাষ্ট্ৰীয়মোদীয়ে উদ্বোধন কৰিলে শংকৰাচাৰ্যৰ আৱক্ষ মূৰ্তি : অসমৰ ৫টা স্থানত বিশেষ কাৰ্যসূচী

মোদীয়ে উদ্বোধন কৰিলে শংকৰাচাৰ্যৰ আৱক্ষ মূৰ্তি : অসমৰ ৫টা স্থানত বিশেষ কাৰ্যসূচী

ডিজিটেল ডেস্ক : আজি কেদাৰনাথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে শংকৰাচাৰ্যৰ আৱক্ষ মূৰ্তি৷ এই কাৰ্যসূচীৰ উপলক্ষ্যে অসমৰ ৫টাকৈ স্থানত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷ কেদাৰনাথৰ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে আটাইকেইটা স্থানতে৷

আদিগুৰু শংকৰাচাৰ্যৰ ১২ ফুট উচ্চতাৰ আৱক্ষ মূৰ্তি উন্মোচন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে৷ ২০১৩ৰ প্ৰলয়ংকৰী বানত ধ্বংস হৈছিল আদিগুৰুৰ সমাধি৷

কামাখ্যা, শিৱদৌল, মহাভৈৰৱ মন্দিৰ, টিলিঙা মন্দিৰ আৰু টুক্ৰেশ্বৰীতো বিশেষ আয়োজন কৰা হৈছে৷ কামাখ্যাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূজাত অংশ লোৱাৰ উপৰি শিৱদৌলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী যোগেন মহনে অংশগ্ৰহণ কৰে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular