Google search engine
30 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeআঞ্চলিকআৰক্ষীৰ গুলীত নিহত অপহৰণকাৰী কে সিদ্ধু

আৰক্ষীৰ গুলীত নিহত অপহৰণকাৰী কে সিদ্ধু

গুৱাহাটী : আৰক্ষীৰ গুলীত নিহত অপহৰণকাৰী কে সিদ্ধু৷ ৰে’লেৱে আৰক্ষীৰ প্ৰাক্তন আৰক্ষী অধীক্ষক আছিল কে সিদ্ধু৷ অজিত দাস অপহৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল সিদ্ধু৷ গোপন সুত্ৰৰ পম খেদি কাৰ্বিআংলঙৰ দলদলি বনাঞ্চলত আৰক্ষীয়ে এক অভিযান চলাইছিল৷

তাত আৰক্ষীৰ পিষ্টল লৈ সিদ্ধুৱে গুলীয়াবলৈ লওতে গুলীচালনাৰ সুত্ৰপাত হয়৷ উল্লেখ্য যে, লাহৰীজানত গ্ৰেপ্তাৰ কৰা হৈছিল কে সিদ্ধুক৷ ড্ৰাগ্ছ সৰবৰাহৰ লগতো জড়িত আছিল কে সিদ্ধু৷ লাহৰীজানৰ পৰা ডিফুলৈ অনাৰ পথত সিদ্ধুক গুলী চালনা কৰে৷ ঘটনাৰ সবিশেষ অনুসৰি, আৰক্ষীৰ পিষ্টল কাঢ়িবলৈ চেষ্টা চলাইছিল সিদ্ধুৱে৷ তেতিয়াই গুলী বিদ্ধ হয় অপৰাধীজন৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
30 ° C
30.4 °
30 °
74 %
1.5kmh
75 %
Fri
31 °
Sat
28 °
Sun
30 °
Mon
32 °
Tue
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular