Google search engine
34 C
Guwahati
Tuesday, August 3, 2021
Google search engine
Homeব্ৰেকিং নিউজবোৱাৰী সন্ধানহীন! হাহাকাৰ অৱস্থা স্বামীৰ

বোৱাৰী সন্ধানহীন! হাহাকাৰ অৱস্থা স্বামীৰ

হাজোঃ ৰঙালীৰ আনন্দৰ মাজতে হাজোৰ দিহিনাত সংঘটিত হৈছে মহিলা অপহৰণৰ কাণ্ড! ১৭ এপ্ৰিলত বেংকত টকা জমা থ’বলৈ গৈ বিগত ৬দিনে সন্ধানহীন হৈ আছে এগৰাকী বোৱাৰী। দুই কণমাণি সন্তানৰ মাতৃ মধুস্মিতা দাস এনেদৰে সন্ধানহীন হোৱাত হাহাকাৰ লাগিছে স্বামী বিজু দাসৰ।

আৰু পঢ়িব পাৰিব: ৰঙাঘৰৰ আলহী ৰাজনৈতিক নেতাঃ কোন এই নেতা?

স্বামীৰ সন্দেহ বেংকত জমা থ’ব নিয়া টকাসহ কোনো দুৰ্বৃত্তই মধুস্মিতাক অপহৰণ কৰি লৈ গৈছে। ইতিমধ্যে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিজু দাসে। কোনো ব্যক্তিয়ে মধুস্মিতাক ক’ৰবাত দেখা পালে হাজো আৰক্ষীক অথবা বিজু দাসৰ নম্বৰ (9678491845)ত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

RELATED ARTICLES

Today's Weather

Guwahati
haze
34 ° C
34 °
34 °
62 %
1.5kmh
75 %
Tue
34 °
Wed
32 °
Thu
33 °
Fri
34 °
Sat
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular