spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeআঞ্চলিকআনন্দৰ বন্যাঃ ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত অসমীয়া ছাত্ৰৰ

আনন্দৰ বন্যাঃ ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত অসমীয়া ছাত্ৰৰ

কোকৰাঝাৰঃ লাখটকীয়া ডি এছ এল আৰ কেমেৰাৰে নহয়, মোবাইল ফোনেৰে ফটো তুলি নিজৰ নাম ‘ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ’ত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে কোকৰাঝাৰৰ এগৰাকী মেধাসম্পন্ন যুৱক।

কোকৰাঝাৰ চহৰস্থিত শুভাষপল্লীৰ ৰাহুল শৰ্মা আৰু চন্দা শৰ্মাৰ পুত্র আৰয়ান শৰ্মাই লকডাউনৰ মাজতো ঘৰত এনেয়ে বহি নাথাকি নিজৰ মোবাইল ফোনেৰে ৩০ মিনিটত ১৭৫ জোপা ভিন্ন প্ৰকাৰৰ গছ আৰু ফুলৰ ফটো তুলি ‘ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ’ত নাম উজলাবলৈ সক্ষম হৈছে। অট’মোবাইলৰ বি-ই সম্পন্ন কৰা মেধাৱী ছাত্রৰ এই খবৰ লাভ কৰা পাছতে বি টি আৰ আৰু কোকৰাঝাৰত আনন্দৰ জোৱাৰ উঠিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular