Google search engine
29 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeব্ৰেকিং নিউজকৰ’নাৰ হটস্পট : কুম্ভমেলাৰ পৰা উভতি অহা ভক্তক কোৱাৰেণ্টীনৰ নিৰ্দেশ চৰকাৰৰ

কৰ’নাৰ হটস্পট : কুম্ভমেলাৰ পৰা উভতি অহা ভক্তক কোৱাৰেণ্টীনৰ নিৰ্দেশ চৰকাৰৰ

নতুন দিল্লী : হৰিদ্বাৰৰ কুম্ভমেলা ৰূপান্তৰ হৈছে কৰ’নাৰ হটস্পটলৈ৷ কুম্ভমেলাতে আক্ৰান্ত হৈছে ২ সহস্ৰাধিক লোক৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে গ্ৰহণ কৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷

আৰু পঢ়িব পাৰিব : দুৰ্ঘটনাত পতিত হুঁচৰি দলৰ বাহন: থিতাতে নিহত ২

কুম্ভমেলাৰ পৰা উভতি অহা ভক্তক কোৱাৰেণ্টীনৰ নিৰ্দেশ চৰকাৰৰ৷ দুসপ্তাহৰ হোম কোৱাৰেণ্টীনত থকাৰ নিৰ্দেশ ৷ দেশজুৰি ছুপাৰ স্প্ৰেডাৰত পৰিণত হৈছে কুম্ভমেলাৰ ভক্ত৷

আৰু পঢ়িব পাৰিব : ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল ৪৩সংখ্যক বেলতলা ব’হাগী উৎসৱ

কুম্ভমেলাত কৰ’নাৰ সংক্ৰমণক লৈ উদ্বিগ্ন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও৷ ভক্তসকলক প্ৰতীকী স্নান কৰাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
29 ° C
29 °
29 °
79 %
0kmh
75 %
Tue
29 °
Wed
33 °
Thu
29 °
Fri
27 °
Sat
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular