Google search engine
32 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeআঞ্চলিককুম্ভমেলালৈ যোৱা অসমৰ ১৬ জন লোক আক্ৰান্ত কৰ'না ভাইৰাছত

কুম্ভমেলালৈ যোৱা অসমৰ ১৬ জন লোক আক্ৰান্ত কৰ’না ভাইৰাছত

গুৱাহাটী : কুম্ভমেলালৈ যোৱা অসমৰ ১৬ জন লোক আক্ৰান্ত কৰ’না ভাইৰাছত৷ মৰিয়নি জংছনত নমা ১৬ জন ভক্তৰ শৰীৰত পোৱা গৈছে ক’ভিড-১৯ৰ উপস্থিতি৷ ৰাজধানী এক্সপ্ৰেছেৰ হৰিদ্বাৰৰ পৰা উভতিছিল লোককেইজন৷ আক্ৰান্ত লোককেইজনক হোম কোৱাৰেণ্টীনৰ পৰামৰ্শ চিকিৎসকৰ৷

আৰু পঢ়িব পাৰিব:মৃত্যুৰ কিৰিলি! ফুটপাথতে জ্বলিছে ক’ভিড আক্ৰান্তৰ মৃতদেহ

আক্ৰান্ত ভক্তৰ পৰা কৰ’নাৰ ভয়ংকৰ সংক্ৰমণৰ আশংকাই দেখা দিছে দেশৰ লগতে ৰাজ্যতো৷ লোককেইজনৰ ঘৰ শিৱসাগৰ, আমগুৰি, মৰিয়নি আৰু যোৰহাটত৷

আৰু পঢ়িব পাৰিব:ক’ভিডৰ বিৰুদ্ধে যোৱাবাৰৰ দৰে এইবাৰো সফলতাৰে যুঁজিম : মোদী

সোমবাৰে সাধাৰণ যাত্ৰীৰ সৈতে বাছত ঘৰলৈ গৈছিল তেওঁলোক৷ বৰ্তমানলৈ কুম্ভমেলাৰ পৰা ওভতা যাত্ৰীক লৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই প্ৰশাসনে৷

RELATED ARTICLES

Today's Weather

Guwahati
haze
32 ° C
32.4 °
32 °
70 %
1.5kmh
75 %
Mon
32 °
Tue
28 °
Wed
31 °
Thu
33 °
Fri
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular