spot_img
15 C
Guwahati
15 C
Guwahati
বৃহস্পতিবাৰ, ডিচেম্বৰ 2, 2021
Homeআঞ্চলিকব্ৰাঞ্চ মেনেজাৰৰ গুণ্ডাগিৰি, কৰ্মচাৰীৰ দোষ কি?

ব্ৰাঞ্চ মেনেজাৰৰ গুণ্ডাগিৰি, কৰ্মচাৰীৰ দোষ কি?

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ বেলতলাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কুটচিনা কোম্পানীৰ শ্ৰমিকৰ ওপৰত গুণ্ডাগিৰি ব্ৰাঞ্চ মেনেজাৰ খলিউৰ ৰহমানৰ। কোম্পানীটোৰ ব্ৰাঞ্চ মেনেজাৰৰ প্ৰহাৰত চিকিৎসাধীন হৈছে এজন শ্রমিক। বেলতলাৰ কাৰ্যালয়ৰ কোঠাৰ দুৱাৰ বন্ধ কৰি উপৰ্যুপৰি আক্ৰমণ এজন ছেলছ বয়ক। কূটচিনাৰ শাখা প্রৱন্ধক খলিউৰ ৰহমানে আক্ৰমণ কৰে কামেশ্বৰ দাসক। সামগ্ৰী বিক্ৰীৰ কিছু ধন ঘৰত এৰি অহাৰ বাবেই মেনেজাৰজনে নৃশংসভাৱে আক্ৰমণ কৰে। ঘটনাৰ ন্যায় বিচাৰি বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী ছেলছ বয়জনৰ। এই আক্ৰমণৰ সময়তে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰে ছেলছ অফিচাৰ তাহেৰ আলীয়ে। ইয়াৰ পূৰ্বেও কাৰ্যালয়টোৰ কেইবাজনো তলতীয়া কৰ্মচাৰীক প্ৰহাৰ কৰিছিল খলিউৰে। শ্ৰমিকক আক্ৰমণৰ ঘটনা সন্দৰ্ভত বশিষ্ঠ থানাত ৰুজু হৈছে ২০৯১/২১ নম্বৰৰ এটা গোচৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular