Google search engine
25.6 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeআঞ্চলিকগুৱাহাটীত আকৌ লকডাউন! মুখ্যমন্ত্ৰীৰ কঠোৰ সতৰ্কবাণী

গুৱাহাটীত আকৌ লকডাউন! মুখ্যমন্ত্ৰীৰ কঠোৰ সতৰ্কবাণী

গুৱাহাটী : গুৱাহাটীত কৰ’না আক্ৰান্তৰ সংখ্যা বাঢ়িলেই হ’ব পাৰে লকডাউন৷ ৰাজ্যৰ কভিড প্ৰতিৰোধী নীতি তথা সান্ধ্য আইন প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ভালেমান গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ কৰ’না প্ৰতিৰোধী নীতি-নিয়ম সম্পৰ্কীয় নতুন এছঅ’পি ঘোষণা কৰাৰ কথাও তেওঁ সদৰি কৰে৷

৭খন জিলাক বাদ দি ৰাজ্যত কোভিড নীতি শিথিল কৰাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিলে মুখ্যমন্ত্ৰীয়ে৷ বুধবাৰৰ পৰা প্ৰযোজ্য হ’ব নতুন ক’ভিড নীতি৷ কোনো জিলাত ১০০তকৈ অধিক আক্ৰান্ত হ’লে হ’ব লকডাউন৷ গুৱাহাটীত এদিনত ২৫০তকৈ অধিক সংক্ৰমিত হ’লে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ সতৰ্কবাণী দিয়ে৷ ৭ জিলাক বাদ দি সকলো জিলাতে ৪ বজাৰ পৰা বন্ধ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ এই জিলাসমূহত ৩ বজালৈ দোকান-পোহাৰ খুলিব পাৰিব বুলিও তেওঁ সদৰি কৰে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
25.6 ° C
25.6 °
25.6 °
97 %
1.2kmh
100 %
Sat
27 °
Sun
27 °
Mon
29 °
Tue
32 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular