Google search engine
28 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিকলুৰিণৰ মাতৃৰ আৰোগ্য কামনাৰে ঘৰে ঘৰে বন্তি প্ৰজ্বলন...

লুৰিণৰ মাতৃৰ আৰোগ্য কামনাৰে ঘৰে ঘৰে বন্তি প্ৰজ্বলন…

ডিব্ৰুগড় : অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা জনাই অঞ্চলবাসীয়ে৷ ঘৰে ঘৰে বন্তি জ্বলাই আৰোগ্য কামনা চাচনী, দেওঘৰীয়া তথা শুকানীগাঁৱৰ ৰাইজৰ৷

আৰু পঢ়িব পাৰিব : ১ কোটি ২০ লাখ ৰোগীয়ে ভুগিছে ক’ভিডৰ যান্ত্ৰনা !

সোমবাৰে হঠাতে অসুস্থ হৈ পৰা ‘অজাপ’ৰ প্ৰাৰ্থী লুৰিণৰ মাতৃ বৰ্তমান ডিব্ৰুগড়ৰ চিকিত্সালয়ত ভৰ্তি হৈ আছে৷ ইয়াৰ পাছতে বিভিন্নজনে লুৰিণৰ মাতৃৰ সোনকালে সুস্থ হৈ উঠাৰ কামনা কৰাৰ লগতে চাকি-বন্তি জনাই প্ৰাৰ্থনা কৰে৷

আৰু পঢ়িব পাৰিব : হত্যা নে দুৰ্ঘটনা! পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যুক লৈ আৰক্ষীৰ হাতত নতুন তথ্য

মাতৃৰ অসুস্থতাৰ বাবে সোমবাৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা লুৰিণজ্যোতিয়ে সকলো নিৰ্বাচনী কাৰ্যসূচী বাতিল কৰে৷ ততাতিয়াকৈ মাতৃৰ কাষত উপস্থিত হয় নেতাগৰাকী৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
1.5kmh
75 %
Thu
28 °
Fri
29 °
Sat
28 °
Sun
29 °
Mon
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular