Google search engine
28 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeব্ৰেকিং নিউজভাঙি পৰিল ভৱন, চাৰিজন আবদ্ধ !

ভাঙি পৰিল ভৱন, চাৰিজন আবদ্ধ !

মুম্বাই : মহাৰাষ্ট্ৰত ভাঙি পৰিল ভৱন, চাৰিজন আবদ্ধ। থানে জিলাত এটা বাণিজ্যিক ভৱন ভাঙি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। পুৱা প্ৰায় ১০.৩০বজাত এই এমহলীয়া ভৱনটো ভাঙি পৰে।

আৰু পঢ়িব পাৰিব : জঘন্য : ৭ বছৰীয়া শিশুক ধৰ্ষণ, চলালে হত্যাৰ চেষ্টাও


ভিৱাণ্ডিৰ মানকোলী নাকাৰ হৰিহৰ কম্পাউণ্ডত অৱস্থিত এই ভৱনটোৰ ভিতৰত থকা কমেও চাৰিজন লোক আবদ্ধ গৈ থকা বুলি আশংকা কৰা হৈছে।

আৰু পঢ়িব পাৰিব : পুনৰ সামৰিক অভ্যুত্থান, ম্যানমাৰত গণতন্ত্ৰৰ অপমৃত্যু!


ইতিমধ্যে থানে জিলাৰ উদ্ধাৰকাৰী দল, দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দল আৰু অগ্নি নিৰ্বাপন বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Tue
29 °
Wed
30 °
Thu
33 °
Fri
26 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular