spot_img
24 C
Guwahati
Friday, September 17, 2021
spot_img
Homeআঞ্চলিকমাজুলী দুৰ্যোগ : শোকাৱহ দুৰ্ঘটনাক লৈ মুখ খুলিলে জুবিনে!

মাজুলী দুৰ্যোগ : শোকাৱহ দুৰ্ঘটনাক লৈ মুখ খুলিলে জুবিনে!


গুৱাহাটী : নিমাতীঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাক লৈ ইতিমধ্যে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ চৰকাৰী বিভাগ এই ঘটনাৰ বাবে পোনপটীয়াকৈ দোষাৰোপ কৰিছে বিভিন্নজনে৷

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গেও এই দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ জুবিনে ফেচবুকত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে যে, ‘সকলো কুশলে থাকক৷ আগলৈ যাতে এনেকুৱা নহয়, সেইটো নিশ্চিত কৰক৷ এনেকুৱা কিয় হ’বলৈ পালে, তাৰ উচিত বিচাৰ হওক৷” লগতে তেওঁ কয়, “মাজুলী মোৰ নিজৰ ঠাই৷ মই সদায় লগত আছোঁ।’

উল্লেখ্য যে, মাজুলীৰ এই ঘটনাৰ পাছতে ৰাজ্য চৰকাৰে জল পৰিবহণ ব্যৱস্থাত যথেষ্ট কঠোৰতা অৱলম্বন কৰিছে বুলি জানিব পৰা গৈছে৷ এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেও সহযোগিতা আগবঢ়াইছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
24 ° C
24 °
24 °
98 %
1.2kmh
98 %
Sat
29 °
Sun
30 °
Mon
31 °
Tue
31 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular