spot_img
27 C
Guwahati
Monday, September 20, 2021
spot_img
Homeআঞ্চলিকব্ৰহ্মপুত্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা : বহু যাত্ৰীৰ মৃত্যুৰ আশংকা

ব্ৰহ্মপুত্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা : বহু যাত্ৰীৰ মৃত্যুৰ আশংকা

মাজুলী : নিমাতীৰ পৰা মাজুলীমুখী নাও দুৰ্ঘটনাগ্ৰস্ত৷ ভৰা ব্ৰহ্মপুত্ৰত জাহাজৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়ংকৰ ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত বহু যাত্ৰীৰ মৃত্যুৰ আশংকা কৰিছে৷ কমলাবাৰীমুখে গৈছিল যাত্ৰীভৰ্তি নাওখন৷

লুইতৰ বুকুত টিপকাই নামৰ জাহাজৰ সৈতে সংঘৰ্ষত এই দুৰ্ঘটনা সংঘটিত হয়৷ ঘাটলৈ চপোৱা চৰকাৰী জাহাজক ঠাই দিবলৈ গৈ দুৰ্ঘটনা৷ ৪ বজাত নিমাতীঘাটৰ পৰা কমলাবাৰীলৈ যোৱা নাও দুৰ্ঘটনা৷ NDRF-SDRFএ চলাইছে যুদ্ধংদেহী উদ্ধাৰ অভিযান অব্যাহত আছে৷

ইতিমধ্যে নিমাতীলৈ ৰাওনা হৈছে নদীত সন্ধানহীন লোকৰ পৰিয়ালৰ সদস্য৷ প্ৰায় ৪০ যাত্ৰীক উদ্ধাৰ বুলি প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Mon
32 °
Tue
31 °
Wed
30 °
Thu
31 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular