spot_img
27 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeআঞ্চলিককলকাতালৈ সুস্মিতা দেব, সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী মমতাক

কলকাতালৈ সুস্মিতা দেব, সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী মমতাক

শিলচৰ : আজি কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন সাংসদ সুস্মিতা দেবে কংগ্ৰেছ ত্যাগ কৰাৰ পাছতে দিল্লী এৰি কলকাতালৈ ৰাওনা হয়৷ কংগ্ৰেছ নেত্ৰীগৰাকীৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি আজিয়েই সুস্মিতাই সাক্ষাৎ কৰিব তৃণমূলৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক৷

মমতাৰ সৈতে অভিষেক বেনাৰ্জীকো সাক্ষাৎ কৰি সুস্মিতাই কাইলৈ শিলচৰলৈ উভতি অহাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে৷ তেওঁ অচিৰেই তৃণমূল কংগ্ৰেছত যোগদান কৰি অসমত তৃণমূল কংগ্ৰেছৰ নেতৃত্ব প্ৰদান কৰিব বুলি চৰ্চিত হৈছে।

সুস্মিতাৰ পদত্যাগৰ পাছতে কংগ্ৰেছৰ শীৰ্ষ মহলত জোকাৰণি সৃষ্টি হয়৷ তেওঁ পদত্যাগৰ বাবে হাইকমাণ্ডক জবাবদিহি কৰাৰ চেষ্টা একাংশৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
83 %
0kmh
75 %
Thu
27 °
Fri
33 °
Sat
33 °
Sun
32 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular