Google search engine
30 C
Guwahati
Wednesday, August 4, 2021
Google search engine
Homeআঞ্চলিকমৰিয়নিত নিৰ্বাচন নেখেলে অখিল গগৈয়ে ! প্ৰত্যাহাৰ কৰিলে মনোনয়ন পত্ৰ

মৰিয়নিত নিৰ্বাচন নেখেলে অখিল গগৈয়ে ! প্ৰত্যাহাৰ কৰিলে মনোনয়ন পত্ৰ

গুৱাহাটী : দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে কৃষক নেতা অখিল গগৈয়ে মনোনয়ন দিছিল যদিও এটা সমষ্টিত হে নিৰ্বাচনত নামিব বুলি জানিবলৈ দিয়ে৷ মৰিয়নি সমষ্টিত নিৰ্বাচন নেখেলে অখিল গগৈয়ে৷

আৰু পঢ়িব পাৰিব : ছোৱালীয়ে পেণ্ট-স্কাৰ্ট পিন্ধিলেই কৰা হ’ব এঘৰীয়া

ইতিমধ্যে মৰিয়নিত দাখিল কৰাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিলে অখিল গগৈয়ে৷ কেৱল শিৱসাগৰ সমষ্টিত হে প্ৰতিদ্বন্দ্বিতা কৰিব গগৈয়ে৷ কাৰাৰুদ্ধ অখিল গগৈয়ে শিৱসাগৰ আৰু মৰিয়নিৰ দুটাকৈ সমষ্টিৰ পৰা আগবঢ়াইছিল মনোনয়ন পত্ৰ৷

আৰু পঢ়িব পাৰিব : নতুন ভূমিকাত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ

বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ঘোষণা কৰিলে ৰাইজৰ দলৰ নেতৃত্বই৷ অৱশ্যে শিৱসাগৰত বিজেপিৰ প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীৰ সৈতে কঠিন পৰীক্ষা হ’ব কাৰাৰুদ্ধ অখিল গগৈৰ৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
79 %
0kmh
75 %
Wed
33 °
Thu
33 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular