spot_img
34 C
Guwahati
34 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeআঞ্চলিকভয়ংকৰ অগ্নিকাণ্ডঃ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত

ভয়ংকৰ অগ্নিকাণ্ডঃ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত

গুৱাহাটীঃ মহানগৰীৰ সাতগাঁৱৰ মিলিজুলি পথৰ ৩নং ঘৰৰ বাসিন্দা দিলীপ চৰকাৰৰ ঘৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। পাকঘৰৰ গেছৰ চিলিণ্ডাৰৰপৰা সূত্ৰপাত হয় অগ্নিকাণ্ডৰ। অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয়।

আৰু পঢ়িব পাৰিব : কৰিমগঞ্জ আৰক্ষীৰ অভিযানত ফেনচিডিলসহ আটক দুই সৰবৰাহকাৰী

স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপন হয় জুই। পৰিয়ালৰ অভিযোগ মতে ইয়াৰ মাজতে সুযোগ লৈ কোনো দুষ্ট লোকে ঘৰটোৰ ভিতৰৰ পৰা টকাৰ বেগ আৰু গুৰুত্বপূৰ্ণ নথি-পত্ৰ লুটি নিয়ে। অগ্নিকাণ্ডৰ ফলত ঘৰৰ গৰাকী দিলীপ চৰকাৰ গুৰুতৰভাৱে আহত হয়।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular