spot_img
24.4 C
Guwahati
Monday, September 20, 2021
spot_img
Homeক্ৰীড়াৰূপৰ পদকেৰে ভাৰতৰ অলিম্পিক অভিযান আৰম্ভ, মীৰাবাঈ চানুৰ সাফল্য

ৰূপৰ পদকেৰে ভাৰতৰ অলিম্পিক অভিযান আৰম্ভ, মীৰাবাঈ চানুৰ সাফল্য

নতুন দিল্লী : টকিঅ’ অলিম্পিকত আজি ভাৰতে লাভ কৰিলে প্ৰথমটো পদক৷ ভাৰোত্তোলনত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় মীৰাবাঈ চানুৱে৷ মণিপুৰৰ খেলুৱৈগৰাকীয়ে ট’কিঅ’ অলিম্পিকত ৰূপৰ পদক জয়েৰে গৌৰৱান্বিত কৰে দেশবাসীক৷


মহিলাৰ ৪৯ কেজি শাখাত অনবদ্য প্ৰদৰ্শন মীৰাবাঈৰ৷ মণিপুৰৰ মীৰাবাঈ চানু ভাৰোত্তোলনত পদক বিজয়ী ভাৰতৰ দ্বিতীয়গৰাকী খেলুৱৈ৷ ইয়াৰ পূৰ্বে ২০০০ চনৰ ছিডনীত কৰ্ণম মালেশ্বৰীয়ে পাইছিল পদক৷

ইপিনে অলিম্পিকৰ শ্বুটিঙৰ ফাইনেলত প্ৰৱেশ কৰিছে সৌৰভ চৌধুৰীও৷ ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলত ৰাউণ্ডত সৌৰভৰ প্ৰৱেশৰ লগে লগে আন এটা পদক নিশ্চিত হৈছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
clear sky
24.4 ° C
24.4 °
24.4 °
92 %
1.1kmh
6 %
Tue
30 °
Wed
27 °
Thu
30 °
Fri
32 °
Sat
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular