spot_img
25 C
Guwahati
Wednesday, September 29, 2021
Homeক্ৰীড়াআজি স্বগৃহলৈ ‘ৰূপালী কন্যা’ মীৰাবাঈ চানু, মণিপুৰত আনন্দোৎসৱ

আজি স্বগৃহলৈ ‘ৰূপালী কন্যা’ মীৰাবাঈ চানু, মণিপুৰত আনন্দোৎসৱ

নতুন দিল্লী : আজি স্বদেশলৈ উভতিব অলিম্পিকৰ পদক বিজয়ী ভাৰত্তোলক মীৰাবাঈ চানু৷ বিয়লি টকিঅ’ৰ পৰা আহি দিল্লী পাবহি চানু৷ ইয়াৰ পাছতে আজিয়েই তেওঁ মণিপুৰলৈ যোৱাৰ সম্ভাৱনা আছে৷


অলিম্পিকত ৰূপৰ পদকজয়ী মীৰাবাঈলৈ ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ASPৰ পদ৷ অলিম্পিকত ৰূপ জয়ৰ পাছতে মীৰাবাঈ চানুলৈ এই পদবী আগবঢ়োৱাৰ কথা ঘোষণা মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ৷ লগতে ১ কোটিৰ টকাৰ পুৰস্কাৰো আগবঢ়োৱা হৈছে খেলুৱৈগৰাকীলৈ৷

ইপিনে, মীৰাবাঈক আদৰিবলৈ সাজু হৈছে মণিপুৰবাসী৷ মীৰাবাঈৰ গাঁও নংবক কাকচিঙত চলিছে আনন্দ উৎসৱৰ আয়োজন৷ টকিঅ’ত ভাৰতক প্ৰথমটো পদক উপহাৰ দিছে চানুৱে৷ ভাৰোত্তোলনত ৪৯ কেজি শাখাত চানুৱে ৰূপৰ পদক অৰ্জন কৰিছিল৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
25 ° C
25 °
25 °
94 %
0kmh
75 %
Wed
31 °
Thu
31 °
Fri
32 °
Sat
32 °
Sun
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular