Google search engine
34 C
Guwahati
Sunday, July 25, 2021
Google search engine
Homeআঞ্চলিকপুনৰ অসমলৈ আহিব নৰেন্দ্ৰ মোদী, অমিত শ্বাহ,স্মৃতি ইৰাণী

পুনৰ অসমলৈ আহিব নৰেন্দ্ৰ মোদী, অমিত শ্বাহ,স্মৃতি ইৰাণী

গুৱাহাটী : ৰাজ্যত নিৰ্বাচনী প্ৰচাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীৰ সঘনাই আগমন হ’বলৈ ধৰিছে৷ তথ্য অনুসৰি, ১ এপ্ৰিলত কোকৰাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে পুনৰ বাৰ অসমলৈ যাত্ৰা মোদীৰ৷

আৰু পঢ়িব পাৰিব : বিভ্ৰান্তিকৰ বিজ্ঞাপন : বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কাষত কংগ্ৰেছ

আনহাতে ৩১ মাৰ্চত নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব অমিত শ্বাহ৷ তাৰউপৰিও মঙলবাৰে ৰাজ্যলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী৷ তিনিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব তেওঁ৷ নলবাৰী, গৌৰীপুৰ, ধুবুৰীৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব স্মৃতিয়ে৷

আৰু পঢ়িব পাৰিব : পুনৰ মাধমাৰ! বৃদ্ধি পালে টোলগেটৰ কৰৰ নিৰিখ

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন পাছত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক দল৷ আৰু সেয়ে সঘনাই আগমন হ’বলৈ ধৰিছে ষ্টাৰ কেম্পেইনাৰৰ৷

RELATED ARTICLES

Today's Weather

Guwahati
haze
34 ° C
34 °
34 °
55 %
1.5kmh
75 %
Sun
32 °
Mon
32 °
Tue
29 °
Wed
27 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular