Google search engine
28 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিকমহানগৰীত বৃদ্ধি ডকাইতি কাণ্ড : ব্যৱসায়ী, মহিলাৰ পৰা লুটিলে ১৪লাখ

মহানগৰীত বৃদ্ধি ডকাইতি কাণ্ড : ব্যৱসায়ী, মহিলাৰ পৰা লুটিলে ১৪লাখ

গুৱাহাটী : মহানগৰীত দৈনিক সংঘটিত হৈছে চুৰি-ডকাইতিৰ দৰে ঘটনা৷ মুখ্যমন্ত্ৰীৰ সৈতে অ’চিসকলৰ বৈঠকৰ দিনাই সংঘটিত হয় এই ঘটনা। গণেশগুৰিত এজন ব্যৱসায়ীৰ পৰা ৯ লাখ টকা লুট কৰে দুৰ্বৃত্তই৷

গণেশগুৰিৰ ৰাজপথত সান্ধ্যআইনৰ মাজতে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয়৷ এই কাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভিত৷

ইপিনে গুৱাহাটীৰ ছয়মাইলৰ পৰাও এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তই লুটি নিয়ে ৫ লাখ টকা৷ মঙলবাৰে দিন-দুপৰতে সংঘটিত এই ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে দিছপুৰ থানাত৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
0kmh
75 %
Thu
32 °
Fri
30 °
Sat
30 °
Sun
30 °
Mon
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular