Google search engine
25.7 C
Guwahati
Friday, August 6, 2021
Google search engine
Homeআঞ্চলিকদিন দুপৰতে দুৰ্বৃত্তই লুটি নিলে ৩৫লাখ টকা

দিন দুপৰতে দুৰ্বৃত্তই লুটি নিলে ৩৫লাখ টকা

গুৱাহাটী : মহানগৰীৰ ফটাশিলত আজি সংঘটিত হৈছে দিন ডকাইতিৰ ঘটনা৷ দুৰ্বৃত্তই ফটাশিলৰ HDFC বেংকৰ সন্মুখৰপৰা লুটি নিলে নগদ ৩৫ লাখ টকা৷ এখন ইন’ভা গাড়ীৰ ভিতৰত এটা বেগত আছিল টকাখিনি৷ গাড়ীখনৰ নম্বৰ AS-01 DU 0003৷


উল্লেখ্য যে, গাড়ীখনত আছিল ৪০ লাখ টকা। দুৰ্বৃত্তই কাঢ়ি নিয়াৰ সময়ত গাড়ীৰ ভিতৰতে ৫ লাখ টকা পৰি যায়৷ টকাখিনি আছিল ব্যৱসায়ী ভবেন্দ্ৰ পাল সিঙৰ। পাণবজাৰৰ SBI আৰু বেংক অব বৰোডাৰ পৰা টকাখিনি উলিয়াই আনিছিল তেওঁৰ ড্ৰাইভাৰ আৰু এজন কৰ্মচাৰীয়ে৷

এখন ক’লা ৰঙৰ পালচাৰ বাইকত অহা দুজনীয়া ডকাইতৰ দলটোৱে এই কাণ্ড সংঘটিত কৰে৷ ড্ৰাইভাৰজনে ধৰিবলৈ চেষ্টা কৰিছিল যদিও দুই দুৰ্বৃত্তই ড্ৰাইভাৰজনক আক্ৰমণৰ চেষ্টা চলায়৷ ঘটনা সন্দৰ্ভত সোধ-পোছৰ বাবে ফটাশিল আৰক্ষীয়ে আটক কৰিছে ড্ৰাইভাৰজনক৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
25.7 ° C
25.7 °
25.7 °
93 %
1kmh
91 %
Fri
35 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular