Google search engine
26.7 C
Guwahati
Saturday, July 24, 2021
Google search engine
Homeবিশ্ব২০হাজাৰ টকীয়া বিৰিয়ানিয়ে চকু কপালত উঠাইছে গ্ৰাহকৰ

২০হাজাৰ টকীয়া বিৰিয়ানিয়ে চকু কপালত উঠাইছে গ্ৰাহকৰ

ডুবাইঃ বিৰিয়ানি, কেৱল খাদ্য সামগ্ৰী নহয়, এটা আৱেগ৷ বিৰিয়ানিৰ গোন্ধ পোৱা মাত্ৰকে জিভাৰ পানী পৰাটো বাঞ্চনীয়া। বিৰিয়ানি হৈছে কেইবাখনো দেশৰে আটাইতকৈ জনপ্ৰিয় ব্যঞ্জন৷ বিৰিয়ানি প্ৰেমীসকলে গেৰুৱা-সোৱাদযুক্ত চাউলৰ ব্যঞ্জনটোৰ সোৱাদ ল’বলৈ যিকোনো পৰ্যায় যাব পাৰে। কিন্তু যদি এজনে বিৰিয়ানিৰ বাবে ২০,০০০ টকা ব্যয় কৰিব লাগে তেন্তে কি হ’ব?

আৰু পঢ়িব পাৰিব : মহাকাশ গৱেষণাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৭ মিনিটৰ ভিডিঅ’ প্ৰকাশ ‘নাছা’ৰ

এনে এক ব্যয় বহুল বিৰিয়ানিৰ ৰেস্তোঁৰা এখন অলপতে ডুৱাইত মুকলি হৈছে৷ য’ত বৰ্তমানলৈ বিশ্বৰ ব্যয়বহুল বিৰিয়ানি পোৱা যায়৷ আৰু এখন থালিৰ দাম হয় ২০,০০০টকা য’ত ডেকোৰেশ্যনৰ বাবে ব্যৱহৃত হয় ২৩ কেৰেটৰ সোণ৷ ডুৱাইৰ বোম্বাই বৰোত নামৰ ৰেস্তোঁৰা এখনত এই ব্যয়বহুল বিৰিয়ানি পোৱা যায়৷

আৰু পঢ়িব পাৰিব : কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে পলাশনিত দুৰ্বৃত্তৰ গুলীচালনা : আহত এজন

প্ৰাপ্ত তথ্য অনুসৰি, এই বিৰিয়ানি ৰেস্তোঁৰাখনৰ প্ৰথম বাৰ্ষিকীত উপলদ্ধ হৈছিল৷ এই বিৰিয়ানিৰ এখন থালি এজনে নহয় ৬জন পৰ্যন্ত ব্যক্তিয়ে সোৱাদ ল’ব পাৰিব৷ যাৰ বাবে ইয়াক ৰ’য়েল বিৰিয়ানি বুলিও নামকৰণ কৰা হৈছে৷ য’ত ডেকৰেশ্যনৰ বাবে ২৩ কেৰেট সোণো ব্যৱহৃত হৈছে।

RELATED ARTICLES

Today's Weather

Guwahati
light rain
26.7 ° C
26.7 °
26.7 °
91 %
0.5kmh
100 %
Sat
27 °
Sun
33 °
Mon
33 °
Tue
33 °
Wed
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular