spot_img
27 C
Guwahati
Friday, September 24, 2021
spot_img
Homeআঞ্চলিকমহানগৰীত দিনদুপৰতে মৰিয়াই নৃশংস হত্যা কিশোৰীক !

মহানগৰীত দিনদুপৰতে মৰিয়াই নৃশংস হত্যা কিশোৰীক !

গুৱাহাটী : ৰাজ্যত পুনৰ এগৰাকী কিশোৰীক হত্যা৷ মহানগৰীৰ খাৰঘূলিত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো৷ মূৰত প্ৰেচাৰ কুকাৰ আৰু পতাগুটি দি নৃশংসভাৱে হত্যা কৰিলে এগৰাকী ১৪বছৰীয়া কিশোৰীক।

দিনদুপৰতে হত্যাকাণ্ডৰ বলি হোৱা কিশোৰীগৰাকীৰ নাম দিম্পল কুমাপতি। জানিব পৰা মতে আজি ১০ বজাৰ পাছত পিতৃ-মাতৃ দোকানলৈ ওলাই যোৱাৰ পাছতেই কোনো লোকে এই হত্যাকাণ্ড সংঘটিত কৰে৷ ঘৰৰ ভিতৰতে উদ্ধাৰ হৈছে মৃতদেহ।

এঞ্জেল অব গড হাইস্কুলৰ ছাত্ৰী আছিল কিশোৰীগৰাকী। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷ সবিশেষ তথ্য কিছু সময়ৰ পাছতে জানিব পৰা যাব৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Fri
27 °
Sat
33 °
Sun
33 °
Mon
31 °
Tue
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular