Google search engine
30 C
Guwahati
Wednesday, August 4, 2021
Google search engine
Homeআঞ্চলিকনগাই বেদখল কৰা ভূমিত অসম আৰক্ষীৰ কেম্প স্থাপন

নগাই বেদখল কৰা ভূমিত অসম আৰক্ষীৰ কেম্প স্থাপন

মৰিয়নিঃ মৰিয়নিৰ দিচৈ ভেলীত অসম আৰক্ষীৰ তৎপৰতা দেখা গৈছে। নগাই বেদখল কৰা ভূমিত অসম আৰক্ষীৰ কেম্প স্থাপন কৰা হৈছে। বৃহৎ পৰিমাণৰ আৰক্ষী মোতায়েন কৰা হৈছে সীমান্তত। নগাৰ বেদখল ৰোধ কৰাৰ বাবে সষ্টম হৈ আছে আৰক্ষী। অসমৰ মাটিত স্থাপন কৰা হৈছে সীমা নিৰীক্ষণৰ অস্থায়ী চকী। আগ্ৰাসী নগাক ৰুধিবলৈ অসম আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে। সংবাদ মাধ্যমৰ লোককো সীমান্তত প্ৰৱেশত বাধা প্ৰদান কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
79 %
0kmh
75 %
Wed
33 °
Thu
33 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular