Google search engine
26.7 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিকনগাঁৱত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ আটক দুই

নগাঁৱত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ আটক দুই

নগাঁওঃ নগাঁও জিলাৰ ৰাঙলু আৰক্ষী চকীৰ অৰ্ন্তগত ৰাঙলু বজাৰ অঞ্চলৰপৰা গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়।

আৰু পঢ়িব পাৰিব: আলফা স্বাধীনৰ হাতত পুনৰ অপহৃত হ’ল ONGCৰ ৩ জন অসমীয়া বিষয়া-কৰ্মচাৰী

আটকাধীন যুৱক দুজন ইডুল হক আৰু মহিবুল্লাহ। দুয়োৰে হাতৰপৰা ১৬ চিচি নিচাযুক্ত দ্ৰব্য (ড্ৰাগছ) জব্দ কৰিবলৈ সক্ষম হয়।

আৰু পঢ়িব পাৰিব: ক’ভিড পৰিস্থিতিক লৈ চৰকাৰৰ নতুন নিৰ্দেশনা। কি আছে এই নিৰ্দেশনাত?

আনহাতে আটকাধীন লোক দুজনৰ সৈতে ব্যৱসায়ত জড়িত আন দুজন ক্ৰমে আইজুল হক আৰু মইনা বৰ্তমানেও পলাতক। আটকাধীন দুয়োকে জে’ল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।

RELATED ARTICLES

Today's Weather

Guwahati
moderate rain
26.7 ° C
26.7 °
26.7 °
92 %
1kmh
100 %
Tue
28 °
Wed
34 °
Thu
32 °
Fri
28 °
Sat
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular