spot_img
24.9 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeআঞ্চলিকআৰক্ষীলৈ সকাহ ! দুৰ্ধৰ্ষ ডকাইত আনোৱাৰৰ আত্মসমৰ্পণ

আৰক্ষীলৈ সকাহ ! দুৰ্ধৰ্ষ ডকাইত আনোৱাৰৰ আত্মসমৰ্পণ

নলবাৰী: নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে এটা দুৰ্ধৰ্ষ ডকাইতে৷ আনোৱাৰ হুছেইনৰ নামৰ ডকাইতে আজি আত্মসমৰ্পণ কৰে৷ ১০ বছৰ পূৰ্বে জালাহ আৰক্ষী চকীত আৰক্ষী বিভাগত চাকৰি কৰিছিল আনোৱাৰে৷

ইয়াৰ পাছত আৰক্ষীৰ চাকৰি বাদ দি চুৰি-ডকাইতি আদিৰ দৰে ঘটনাত জড়িত হৈ পৰিছিল আনোৱাৰ৷ নলবাৰী আৰক্ষীৰ মুৰৰ কামোৰণি হৈ পৰা আনোৱাৰক বিগত আঠ বছৰে ম’ষ্ট ওৱানটেড ঘোষণা কৰি আৰক্ষীয়ে বিছাৰি আছিল৷

অৱশেষত আজি দুৰ্ধৰ্ষ ডকাইত আনোৱাৰে নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
few clouds
24.9 ° C
24.9 °
24.9 °
95 %
1.4kmh
23 %
Sun
34 °
Mon
34 °
Tue
30 °
Wed
30 °
Thu
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular