spot_img
26 C
Guwahati
Sunday, September 26, 2021
spot_img
Homeআঞ্চলিকনন্দিতাৰ পৰিয়ালৰ লোকক দিব চৰকাৰী সংস্থাপন : মন্ত্ৰীৰ ঘোষণা

নন্দিতাৰ পৰিয়ালৰ লোকক দিব চৰকাৰী সংস্থাপন : মন্ত্ৰীৰ ঘোষণা

ধেমাজি : যোৱা ২১ আগষ্টত ধেমাজি জিলাত দিন-দুপৰতে এটা নৰপিশাচৰ বলি হোৱা ঢকুৱাখনাৰ কাঠৰবাৰী গাঁৱৰ মেধাবী ছাত্ৰী নন্দিতা শইকীয়া বাসগৃহত আজি উপস্থিত হয় লখিমপুৰ জিলা আৰু ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কৃষ্ণান৷

বহু সময় ধৰি নন্দিতা শইকীয়াৰ পিতৃ -মাতৃ আৰু পৰিয়ালবৰ্গ লগত আলোচনা কৰে কেইবাটাও বিষয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে আহি আজি উপস্থিত হয়হি মন্ত্ৰীগৰাকী৷ ছাত্ৰী নন্দিতাৰ ঘটনা তদন্ত ক্ষিপ্ৰতাৰে চলি আছে আৰু এই তদন্তৰ পাছত দোষীক উচিত শাস্তি দিয়া হ’ব বুলি পৰিয়ালটোক আশ্বাস দিয়ে৷

ইয়াৰ উপৰি পৰিয়ালটোক এটা চৰকাৰী সংস্থাপন দিয়া কথা চৰকাৰৰ মাজত আলোচনা চলি আছে বুলিয়ো জনায়৷ কিছু দিনৰ পিছত নন্দিতাৰ বাসগৃহত কিছু দিনৰ পিছত মুখ্যমন্ত্ৰী নিজে আহিব বুলিয়ো সংবাদমাধ্যমক জনায় মন্ত্ৰীগৰাকীয়ে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
26 ° C
26 °
26 °
89 %
0kmh
20 %
Sun
34 °
Mon
34 °
Tue
30 °
Wed
30 °
Thu
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular