Google search engine
30 C
Guwahati
Wednesday, August 4, 2021
Google search engine
Homeব্ৰেকিং নিউজভেকচিন লৈ অংগনৱাড়ী সহায়িকাৰ মৃত্যু : নাৰায়ণপুৰত চাঞ্চল্য...

ভেকচিন লৈ অংগনৱাড়ী সহায়িকাৰ মৃত্যু : নাৰায়ণপুৰত চাঞ্চল্য…

লখিমপুৰ : নাৰায়ণপুৰত ক’ভিড ভেকচিনৰ লোৱাৰ পাছতে অসুস্থ হৈ পৰা অংগনৱাড়ী সহায়িকাৰ মৃত্যু হয়। দিপা গৌতম নামৰ সহায়িকাগৰাকীৰ ঘৰ নাৰায়ণপুৰৰ চেঁচা ৰাজগড়ত। যোৱা ৮ ফেব্ৰুৱাৰীত নাৰায়ণপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত মহিলাগৰাকীক প্ৰদান কৰা হৈছিল ক’ভিড ভেকচিন।

আৰু পঢ়িব পাৰিব : মহানগৰীত পুনৰ কৰ’নাৰ সংক্ৰমণ ! ঘটনাক গাপ দিয়াৰ চেষ্টা…

ভেকচিন গ্ৰহণৰ ২৪ ঘন্টাৰ পাছতে অসুস্থ হৈ পৰে মহিলাগৰাকী। পৰৱৰ্তী সময়ত অসুস্থ মহিলা গৰাকীক তেজপুৰ মিছন হাস্পতালত চিকিৎসা কৰোৱা হয় যদিও মহিলা গৰাকীয়ে মৃত্যুক সাৱতি লয়।ইফালে পৰিয়ালৰলোকক চিকিৎসকে মহিলাগৰাকী কিডনী আৰু লিভাৰ বিকল হোৱাৰ বাবে মৃত্যু হোৱা বুলি অৱগত কৰে ৷

আৰু পঢ়িব পাৰিব : অন্ধবিশ্বাসীৰ কবলৰ পৰা কথমপি প্ৰাণৰক্ষা এজনৰঃ ৮ জনক গ্ৰেপ্তাৰ

এগৰাকী সুস্থ মহিলাৰ তাৎক্ষণিকভাৱে এনে ৰোগত মৃত্যু হোৱা খবৰক সহজভাবে ল’ব পৰা নাই পৰিয়ালবৰ্গৰ লগতে একাংশ স্থানীয় ৰাইজে ৷ ভেকচিনৰ পাশ্বক্ৰিয়াৰ বাবেই মহিলাগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে ৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
79 %
0kmh
75 %
Wed
33 °
Thu
33 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular