Google search engine
32 C
Guwahati
Wednesday, August 4, 2021
Google search engine
Homeআঞ্চলিকনাৰায়ণপুৰত পত্নীৰ প্ৰহাৰত হাবিলদাৰ স্বামীৰ মৃত্য়ু

নাৰায়ণপুৰত পত্নীৰ প্ৰহাৰত হাবিলদাৰ স্বামীৰ মৃত্য়ু

নাৰায়ণপুৰ: নাৰায়ণপুৰৰ হৰিদাসত নৃশংস হত্যাকাণ্ড । পত্নীৰ হাতত প্ৰাণ গ’ল মাখন হাজৰিকা নামৰ লোকজনৰ।

আৰু পঢ়িব পাৰিব : জঘন্য ! নাবালিকাক পাঁচ দিনত দুবাৰকৈ অপহৰণ-দলবদ্ধ ধৰ্ষণ…

পতি-পত্নীৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱাত পত্নী ৰূপা হাজৰিকাই এডাল ৰডেৰে প্ৰহাৰ কৰিছিল স্বামীক।

আৰু পঢ়িব পাৰিব : প্ৰতিবাদী কংগ্ৰেছ কৰ্মীক গুলীয়াবলৈ উদ্যত্ হৈছিল আৰক্ষী !

পত্নীৰ প্ৰহাৰত প্ৰাণ গ’ল মাখন হাজৰিকাৰ৷

মাখন হাজৰিকা IIBN হাবিলদাৰ বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে হত্যাকাৰী পত্নীক ধলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

RELATED ARTICLES

Today's Weather

Guwahati
haze
32 ° C
35.4 °
32 °
74 %
1.5kmh
75 %
Wed
33 °
Thu
33 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular