তথ্য প্ৰমাণৰ আধাৰত অভিযুক্ত হ’ল স্বামী-পুত্ৰ : ফুচলাই মাতি হত্যা শিক্ষয়িত্ৰী নয়নতৰাক

ওডালগুৰি :  কলাইগাঁৱত ডি আই জি‌ ভায়ʼলেট বৰুৱা আৰু আৰক্ষী অধীক্ষক ৰিপুল দাসসহ আৰক্ষীৰ সংবাদমেল। ওডালগুৰি জিলাৰ কলাইগাঁৱৰ শিক্ষয়ত্ৰী নয়নতৰা চহৰীয়া বৰুৱাৰ হত্যাৰ গোচৰত উপযুক্ত তথ্য প্ৰমাণৰ আধাৰত অভিযুক্ত হ’ল স্বামী, জ্যেষ্ঠ পুত্ৰসহ বনকৰা মহিলা আৰু এজন মিস্ত্ৰী ।

আৰু পঢ়িব পাৰিব : বিধায়কৰ মৃতদেহ উদ্ধাৰ! মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ

হত্যাকাৰী ৰূপত স্বামী উপেন বৰুৱা,বৰ পুত্ৰ হীৰকজ্যোতি বৰুৱা , বনকৰা মহিলা যশোদা ৰাভা আৰু ৰাজমিস্ত্ৰী নৱাজি হুছেইনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷


পাৰিবাৰিক সংঘাতৰ বাবে নৃশংসভাৱে হত্যা কৰিলে শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়া বৰুৱাক।
ইউ এন একাডেমীৰ শ্ৰেণী কোঠাতেই হত্যা কৰাৰ সন্দেহ ।

আৰু পঢ়িব পাৰিব অখিল গগৈৰ মুক্তিৰ দাবীত ডিগবৈ-দুলীয়াজান পথত অৰ্ধ উলংগ প্ৰতিবাদ


ঘৰৰ পৰিয়ালে মৰমেৰে ফুচলাই মাতি হত্যা কৰিলে শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়া বৰুৱাক ।
Scientific evidence ,FSL আৰু মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্টৰ আধাৰত হত্যাৰ গোচৰত অভিযুক্ত হ’ল স্বামীপুত্ৰ সহ বনকৰা মহিলা আৰু ৰাজমিস্ত্ৰী ।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES