Google search engine
26.1 C
Guwahati
Sunday, July 25, 2021
Google search engine
Homeব্ৰেকিং নিউজপ্ৰধানমন্ত্ৰীৰে এনচিপিৰ মুৰব্বীৰ দীঘলীয়া বৈঠক, কি হ’ল আলোচনা?

প্ৰধানমন্ত্ৰীৰে এনচিপিৰ মুৰব্বীৰ দীঘলীয়া বৈঠক, কি হ’ল আলোচনা?

নতুন দিল্লী : ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টী চমুকৈ এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। মোদীৰ দিল্লীৰ বাসভৱনত দুয়োগৰাকী নেতা বৈঠকত মিলিত হয়। এই বৈঠক প্ৰায় ৫০ মিনিট চলা বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়েও দুয়োগৰাকী নেতাৰ আলোকচিত্ৰ প্ৰকাশ কৰি এই বিষয়ে টুইটযোগে সদৰি কৰে। দুয়োগৰাকী নেতাই দেশৰ বিভিন্ন বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ নতুন মিনিষ্ট্ৰী অব কোপাৰেচন, কৃষকৰ সমস্যা, দেশৰ কোভিড পৰিস্থিতি আৰু প্ৰতিষেধক সম্পৰ্কীয় আলোচনাও দুয়ো কৰা বুলি এনচিপিৰ সূত্ৰই প্ৰকাশ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
26.1 ° C
26.1 °
26.1 °
93 %
0.7kmh
100 %
Sun
33 °
Mon
33 °
Tue
33 °
Wed
29 °
Thu
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular