Google search engine
25.7 C
Guwahati
Thursday, August 5, 2021
Google search engine
Homeআঞ্চলিকমূলসূঁতিলৈ প্ৰত্যাৱৰ্তন কৰা এনডিএফবি সদস্যলৈ চৰকাৰৰ আৰ্থিক সাহায্য...

মূলসূঁতিলৈ প্ৰত্যাৱৰ্তন কৰা এনডিএফবি সদস্যলৈ চৰকাৰৰ আৰ্থিক সাহায্য…

গুৱাহাটী : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিতিত আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত। মূলসূঁতিলৈ প্ৰত্যাৱৰ্তন কৰা এনডিএফবি সদস্যক আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ মুঠ ১,২৭৯জন প্ৰাক্তন এনডিএফবিৰ সদস্যক প্ৰদান কৰা হ’ব সাহায্য৷

আৰু পঢ়িব পাৰিব : অপৰাধীৰে মিতিৰালি কৰি লকআপত সোমাল কাৰাগাৰৰ ৱাৰ্ডেন

জানিব পৰা মতে প্ৰতিগৰাকী সদস্যক ৪লাখ টকাকৈ অনুদান আগবঢ়াব চৰকাৰে৷ গুণ্ডামী, ডকাইতি, অপহৰণ কৰিলে অসম পুলিচে ক্ষমা নকৰিব৷ লগতে আৰ্থিক অনুদানৰ সদব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দি আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই মন্তব্য কৰে৷

আৰু পঢ়িব পাৰিব : ডিফুত অপহৰণকাৰীৰ কবলৰপৰা নাটকীয়ভাৱে ৰক্ষা পৰিল মহিলা অধিবক্তা

উল্লেখ্য যৈ অনুদান লাভ কৰা এই সদস্যসকল ২০০৫ আৰু ২০১১ চনত মূলসূঁতিলৈ প্ৰত্যাৱৰ্তন কৰিছিল৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.7 ° C
25.7 °
25.7 °
93 %
1kmh
91 %
Fri
35 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular