spot_img
24 C
Guwahati
24 C
Guwahati
দেওবাৰ, ডিচেম্বৰ 5, 2021
Homeআঞ্চলিকএখন অসমীয়া হ’ৰ্ডিঙক লৈ বৰাকত নতুন বিতৰ্ক

এখন অসমীয়া হ’ৰ্ডিঙক লৈ বৰাকত নতুন বিতৰ্ক

ডিজিটেল ডেস্কঃ বৰাকত পুনৰ ভাষাকেন্দ্ৰিক বিতৰ্কৰ সৃষ্টি হৈছে। আমালৈ অহা খবৰ অনুসৰি, অসমীয়া ভাষাত লিখা এটা চৰকাৰী বিজ্ঞাপনৰ এখন হ’ৰ্ডিঙক লৈ বিতৰ্কৰ সৃষ্টি হৈছে।

শিলচৰ ৰে’ল ষ্টেচনৰ পাছত এইবাৰ ক’ভিড ভেকচিন প্ৰদান কৰাৰ এটা অসমীয়া ভাষাৰ বিজ্ঞাপনক লৈ এই বিতৰ্কৰ সৃষ্টি হৈছে। ইয়াকে লৈ বিৰোধিতা কৰিছে বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ মূৰব্বী প্ৰদীপ দত্তই। দত্তৰ ভাষ্য অনুসৰি, ‘আকৌ কাছাৰ জিলা প্ৰশাসনে ভাষা আইন উলংঘন কৰিলে। ২৪ ঘণ্টাৰ ভিতৰত অসমীয়া ভাষাত লিখা চৰকাৰী বিজ্ঞাপন আঁতৰাই দিয়াৰ বাবে সময়সীমা বান্ধি দিয়ে দত্তই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular