Google search engine
32 C
Guwahati
Wednesday, August 4, 2021
Google search engine
Homeআঞ্চলিকবিহু উদযাপন সন্দৰ্ভত স্বাস্থ্য বিভাগে জাৰি কৰিলে গাইডলাইন

বিহু উদযাপন সন্দৰ্ভত স্বাস্থ্য বিভাগে জাৰি কৰিলে গাইডলাইন

ৱাহাটী : বিহু উদযাপন সন্দৰ্ভত স্বাস্থ্য বিভাগে জাৰি কৰিলে গাইডলাইন৷ এই গাইডলাইনসমূহ এনেধৰণৰ- অনুষ্ঠানৰ ৩ দিন পূৰ্বে কমিটীৰ সদস্যৰ ক’ভিড টেষ্ট কাৰটো বাঞ্চনীয়৷ ১১ বজাৰ ভিতৰত সামৰিব লাগিব সকলো অনুষ্ঠান৷ 

আৰু পঢ়িব পাৰিব : দেশত প্ৰতিষেধকৰ নাটনি! কেইবাখনো ৰাজ্যত উদ্বেগজনক পৰিস্থিতি

আয়োজকে জিলা প্ৰশাসনৰ পৰা ল’ব লাগিব অনুমতি৷ মঞ্চ হ’ব লাগিব আহল-বহল আৰু সকলোফালৰ পৰা মুকলি৷ বিহুতলীত থাকিব লাগিব একাধিক প্ৰৱেশ আৰু প্ৰস্থানৰ পথ৷ আয়োজকে ৰোধ কৰিব লাগিব অধিক জনসমাগম৷ 

আৰু পঢ়িব পাৰিব : লালকিল্লাৰ হিংসাত জড়িত নাছিল দীপ সিদ্ধু!

বিহুতলীত থাৰ্মেল স্কেনিঙৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক৷ বিহুতলীত মানি চলিব লাগিব সামাজিক ব্যৱধান৷ বিহুতলীত মাস্ক পৰিধান কৰাটা বাধ্যতামূলক৷ নিতৌ দুবাৰকৈ বিহুতলী কৰিব লাগিব ছেনিটাইজ৷

RELATED ARTICLES

Today's Weather

Guwahati
haze
32 ° C
35.4 °
32 °
74 %
1.5kmh
75 %
Wed
33 °
Thu
33 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular