Google search engine
30 C
Guwahati
Tuesday, August 3, 2021
Google search engine
Homeআঞ্চলিকৰাজ্যত চিহ্নিত ২২০টা কৰ'নাৰ হটস্পট এলেকা

ৰাজ্যত চিহ্নিত ২২০টা কৰ’নাৰ হটস্পট এলেকা

গুৱাহাটী : কাইলৈ প্ৰকাশ পাব নতুন এচ অ’পি৷ ৰাজ্যত ২২০টা হটস্পট চিহ্নিত কৰিছে স্বাস্থ্য বিভাগে৷ আজি জিলা উপায়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এখন বৈঠকত মিলিত হ’ব৷ ভিডিঅ’ কনফাৰেন্সযোগে হ’ব এই বৈঠকখন৷

লকডাউন অথবা কণ্টেইনমেণ্ট সন্দৰ্ভত ল’ব সিদ্ধান্ত৷ হটস্পট হিচাপে চিহ্নিত অঞ্চল হ’ব কণ্টেইনমেণ্ট জ’ন৷ সমগ্ৰ জিলাটো হ’ব পাৰে লকডাউন৷ গোলাঘাট, বিশ্বনাথ, কাছাৰত কমা নাই সংক্ৰমণ৷ ডিব্ৰুগড়, তিনিচুকীয়া জিলাতো তীক্ষ্ণ নজৰ চৰকাৰৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
30 ° C
30 °
30 °
79 %
0kmh
75 %
Tue
30 °
Wed
32 °
Thu
33 °
Fri
33 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular