Google search engine
34 C
Guwahati
Sunday, July 25, 2021
Google search engine
Homeআঞ্চলিকপূৰ্বৰ নিৰ্বাচনত নথকা বিশেষ পোষ্টেল বেলেট ব্যৱস্থা গ্ৰহণ ৰাজ্যিক নিৰ্বাচন আয়োগৰ

পূৰ্বৰ নিৰ্বাচনত নথকা বিশেষ পোষ্টেল বেলেট ব্যৱস্থা গ্ৰহণ ৰাজ্যিক নিৰ্বাচন আয়োগৰ

গুৱাহাটী : পূৰ্বৰ নিৰ্বাচনত নথকা বিশেষ পোষ্টেল বেলেট ব্যৱস্থা কৰিব এইবাৰ নিৰ্বাচনত৷ আজি ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া নিটিন খাদেৰে এই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰে৷ পোষ্টেল বেলেট সম্পৰ্কে নিৰ্বাচন আয়োগৰ আয়োজন কৰে এই সংবাদমেলৰ। ক’ৰনা ভাইৰাছ মহামাৰীৰ পাছত সলনি হৈছে পোষ্টেল বেলেটৰ বিশেষ প্ৰক্ৰিয়া৷ তিনিটা কেটেগৰীত পোষ্টেল বেলটযোগে ভোট দিব পাৰিব ভোটাৰে৷

আৰু পঢ়িব পাৰিব : লুৰীণজ্যোতি গগৈৰ ওপৰত কৰা আক্ৰমণৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ

৮০ বছৰৰ ঊৰ্ধ্বৰ লোকৰ বাবে পোষ্টেল বেলটৰ এই বিশেষ সুবিধা প্ৰদান নিৰ্বাচন আয়োগৰ৷ আনহাতে ক’ভিড আক্ৰান্ত লোকে পোষ্টেলযোগে ভোট দিব পাৰিব৷ তাৰ উপৰি বিশেষভাৱে সক্ষম লোকৰ বাবে পোষ্টেল বেলটৰ সুবিধা৷ জিলা নিৰ্বাচনী বিষয়াৰ জৰিয়তে তত্ত্বাৱধান কৰা হৈছে এই বিষয়টো৷ তৃণমূল পৰ্যায়ৰ কৰ্মচাৰী ঘৰে ঘৰে গৈ এই সুবিধা অৱগত কৰা হৈছে৷ প্ৰথম পৰ্যায়ত ৬ মাৰ্চৰ পূৰ্বে আবেদন জমা দিব লাগিব৷

আৰু পঢ়িব পাৰিব : প্ৰিয়ংকাৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম বাংলাদেশত হ’বঃ হিমন্ত

BLO যে স্বাস্হ্য বিভাগৰ দল লগত লৈ তিনি কেটেগৰীৰ গৃহত উপস্থিত হ’ব৷ অসমত ৮০ৰ ঊৰ্ধ্বৰ ২ লাখ ৯০ হাজাৰ ২৩৮ গৰাকী ভোটাৰ আছে৷ বিশেষভাৱে সক্ষম লোক ১ লাখ ৩৩ হাজাৰ ৭৮৯ গৰাকী ভোটাৰ আছে৷ বৰ্তমানে ৰাজ্যত ক’ভিড আক্ৰান্ত ভোটাৰৰ সংখ্যা ২৮৯জন৷

RELATED ARTICLES

Today's Weather

Guwahati
haze
34 ° C
34 °
34 °
55 %
1.5kmh
75 %
Sun
32 °
Mon
32 °
Tue
29 °
Wed
27 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular