Google search engine
28 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিকসোমবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ব নতুন এছঅ'পি

সোমবাৰৰ পৰা ৰাজ্যত বলবৎ হ’ব নতুন এছঅ’পি

গুৱাহাটী : কাইলৈৰ পৰা ৰাজ্যত বলবৎ হ’ব নতুন এছঅ’পি৷ সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন বিশ্বনাথ, মৰিগাঁও, গোৱালপাৰা, বোকাখাত ৷ কামৰূপ মেট্ৰ’ত ৪ বজালৈ খোলা থাকিব দোকান-পোহাৰ৷ গুৱাহাটীত বিয়লি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ হ’ব সান্ধ্য আইন৷

২১খন জিলাত বিয়লি ১ বজালৈ খুলিব দোকান-পোহাৰ৷ দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁৱত ৫ বজাৰ পৰা সান্ধ্য আইন৷ চিৰাং, ওদালগুৰি, হাইলাকান্দিত ৫ বজাৰ পৰা সান্ধ্য আইন৷ পশ্চিম কাৰ্বি আংলং, ডিমাহাছাওত ৫ বজাৰ পৰা সান্ধ্য আইন৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
0kmh
75 %
Thu
32 °
Fri
30 °
Sat
30 °
Sun
30 °
Mon
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular