Google search engine
28 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeৰাষ্ট্ৰীয়দেশত কৰ'নাৰ নতুন ষ্ট্ৰেইনৰ ঘটনা ৭১টালৈ বৃদ্ধি

দেশত কৰ’নাৰ নতুন ষ্ট্ৰেইনৰ ঘটনা ৭১টালৈ বৃদ্ধি

নতুন দিল্লী: দেশত কৰ’নাৰ নতুন ষ্ট্ৰেইনৰ ঘটনা নিৰন্তৰ বাঢ়ি আছে। দেশত নতুন কৰ’না ষ্ট্ৰেইনৰ ঘটনা ৭১টালৈ বৃদ্ধি হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি দেশত এতিয়ালৈকে কৰ’নাৰ নতুন ষ্ট্ৰেইনৰ মুঠ ৭১টা ঘটনা পোৱা গৈছে৷

আৰু পঢ়িব পাৰিব : কৰ’নাৰ ভয়াৱহতাৰ মাজতে কেইবাখনো ৰাজ্যত ‘বাৰ্ড ফ্লু’ৰ আতংক

এতিয়ালৈকে চেন্নাইত ক’ৰ’নাৰ নতুন ষ্ট্ৰেইনৰ তিনিটা নতুন ঘটনা দেখা গৈছে। ব্ৰিটেইনত পোৱা কৰ’না ভাইৰাছৰ ২০টা ঘটনা মঙলবাৰে দেশত পোৱা গৈছিল। এই সকলোবোৰ নতুনকৈ সংক্ৰমিত হোৱা ষ্ট্ৰেইন বুলি পুনেৰ নেচনেল ইনষ্টিটিউট অব্ ভাইৰ’লজীলৈ প্ৰেৰণ কৰা নমুনা পৰীক্ষাত ধৰা পৰিছে।

আৰু পঢ়িব পাৰিব : উত্তৰ প্ৰদেশত আন এক জঘন্য ঘটনা, বলি ৫০ বছৰীয়া মহিলা

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেইনত সংক্ৰমিত হোৱাসকলক তেওঁলোকৰ ৰাজ্যত নিলগীয়াকৈ ৰখা হৈছে। তেওঁলোকৰ সৈতে ভ্ৰমণ কৰা লোক, পৰিয়ালৰ সদস্য আৰু যোগাযোগত থকা আন লোকসকলক চিনাক্ত কৰাৰ বাবেও এক বিশাল অভিযান আৰম্ভ কৰা হৈছে।

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Fri
28 °
Sat
27 °
Sun
30 °
Mon
32 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular