spot_img
27 C
Guwahati
Friday, September 24, 2021
spot_img
Homeআঞ্চলিকনিমাতী নাও দুৰ্ঘটনাত মৃত্যু প্ৰবক্তা পৰিমিতা দাস

নিমাতী নাও দুৰ্ঘটনাত মৃত্যু প্ৰবক্তা পৰিমিতা দাস

যোৰহাট : শোকাৱহ নিমাতী নাও দুৰ্ঘটনাত এজনৰ মৃত্যু হয়৷ যোৰহাট মেডিকেল কলেজত মৃত্যু এগৰাকী যুৱতীৰ৷ যুৱতীগৰাকীৰ নাম পৰিমিতা দাস বুলি জানিব পৰা গৈছে৷

ৰঙাচাহী কলেজৰ প্ৰবক্তা আছিল পৰিমিতা দাস (বয়স ২৮)৷ পৰিমিতাৰ ঘৰ গুৱাহাটীৰ কাহিলিপাৰাত৷ মনোৰাম দাস আৰু সীমা ৰাণী দাসৰ কন্যা আছিল পৰিমিতা

ইপিনে নিমাতীঘাটৰ নাও দুৰ্ঘটনাত এজন চিকিত্সক সন্ধানহীন হৈ আছে৷ বিক্ৰমজিত্ বৰুৱা নামৰ এজন চিকিত্সক সন্ধানহীন৷ মাজুলীত চিকিত্সক হিচাপে কৰ্মৰত বিক্ৰমজিত্ বৰুৱা৷ সন্ধানহীন লোকৰ উদ্ধাৰৰ বাবে এনডিআৰএফ আৰু এছডিআৰএফ দলে অভিযান তীব্ৰতৰ কৰিছে৷ 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Fri
27 °
Sat
33 °
Sun
33 °
Mon
31 °
Tue
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular