Google search engine
30 C
Guwahati
Saturday, July 31, 2021
Google search engine
Homeআঞ্চলিকজিএমচিএইচত নিশা নাথাকে এজনো জ্যেষ্ঠ চিকিৎসক: ক্ষুব্ধ স্বাস্থ্যমন্ত্ৰী

জিএমচিএইচত নিশা নাথাকে এজনো জ্যেষ্ঠ চিকিৎসক: ক্ষুব্ধ স্বাস্থ্যমন্ত্ৰী

গুৱাহাটী : নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ছাডেন ভিজিট৷ প্ৰতিটো মহলা তন্নতন্নকৈ পৰিদৰ্শন কৰে কেশৱ মহন্তই৷ উল্লেখ্য যে, কিছু দিন আগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিএমচিত নিশা জেষ্ঠ্য চিকিৎসক থকাটো বাঞ্চনীয় বুলি ঘোষণা কৰিছিল৷ কিন্তু এই নিৰ্দেশনাৰ পাছতো নিশা নাছিল এজনো জ্যেষ্ঠ চিকিৎসক৷

সোমবাৰে জিএমচিএইচত মৃত্যু হয় ১২জন ক’ভিড আক্ৰান্তৰ৷ এই ঘটনাৰ পাছতে চিকিৎসালয়খনত স্বাস্থ্যমন্ত্ৰীৰ ছাডেন ভিজিট ৷ জ্যেষ্ঠ চিকিৎসকক নাপাই ক্ষুব্ধ মন্ত্ৰী কেশৱ মহন্ত৷ চিকিৎসকৰ ডিউটী লিষ্ট পৰীক্ষা কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে৷ শিশুৰ বাবে হাস্পতালখনত সাজু ৩০০খন বিছনা৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
79 %
0kmh
75 %
Sat
29 °
Sun
28 °
Mon
31 °
Tue
30 °
Wed
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular