spot_img
27 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeআঞ্চলিকপ্ৰতিগৰাকী বিধায়ক, মন্ত্ৰী তথা পৰিয়ালৰ বাবে বিধানসভাত আনুষ্ঠানিকভাৱে মুকলি স্বাস্থ্যসেৱা কেন্দ্ৰ

প্ৰতিগৰাকী বিধায়ক, মন্ত্ৰী তথা পৰিয়ালৰ বাবে বিধানসভাত আনুষ্ঠানিকভাৱে মুকলি স্বাস্থ্যসেৱা কেন্দ্ৰ

গুৱাহাটী: বিধানসভা আনুষ্ঠানিকভাৱে মুকলি স্বাস্থ্যসেৱা কেন্দ্ৰ৷ উদ্বোধন কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ এই স্বাস্থ্যসেৱা কেন্দ্ৰত প্ৰতিগৰাকী বিধায়ক, মন্ত্ৰী তথা পৰিয়ালে চিকিৎসা সেৱা লাভ কৰিব৷ বিধানসভাত কৰ্মৰত বিষয়া-কৰ্মচাৰীয়েও পাব চিকিৎসাৰ সুবিধা৷

স্বাস্থ্য কেন্দ্ৰটোত থাকিব ৪গৰাকী চিকিৎসক, ৪ গৰাকী ফাৰ্মাচিষ্ট আৰু ৮গৰাকী নাৰ্ছ৷ প্ৰতিদিনেই থাকিব এগৰাকীকৈ বিশেষজ্ঞ চিকিৎসক৷ অনুষ্ঠানত উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে শাসক-বিৰোধীৰ সকলো বিধায়ক৷

আগন্তুক বিধানসভা অধিৱেশন নতুন ভৱনত অনুষ্ঠিত কৰাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ৷ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
83 %
0kmh
40 %
Thu
26 °
Fri
33 °
Sat
33 °
Sun
33 °
Mon
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular