spot_img
27 C
Guwahati
Friday, September 24, 2021
spot_img
Homeৰাষ্ট্ৰীয়অলিম্পিক পদক বিজয়ীলৈ উত্তৰ-প্ৰদেশ চৰকাৰৰ কোটিটকীয়া উপহাৰ

অলিম্পিক পদক বিজয়ীলৈ উত্তৰ-প্ৰদেশ চৰকাৰৰ কোটিটকীয়া উপহাৰ

লক্ষ্ণৌ: ট’কিঅ’ অলিম্পিকত পদক বিজয়ীলৈ উত্তৰ-প্ৰদেশ চৰকাৰে আগবঢ়াইছে উপহাৰ৷ অসমৰ প্ৰথমগৰাকী অলিম্পিক পদকজয়ী লাভলীনা বৰগোঁহাইলৈ উত্তৰ-প্ৰদেশ চৰকাৰে ১ কোটি টকা ঘোষণা কৰিছে৷

অলিম্পিকৰ পদকজয়ী আটাইকেইজন খেলুৱৈক সম্বৰ্ধনা জনাব৷ ইয়াৰ উপৰি অলিম্পিকত স্বৰ্ণজয়ী নীৰজ চোপ্ৰাক দিব ২ কোটি টকা, ৰূপৰ পদক বিজয়ী মীৰাবাঈ, ৰবি দাহিয়ালৈ ১.৫০ কোটি আৰু ব্ৰঞ্জজয়ী ৪গৰাকী খেলুৱৈক দিব ১ কোটিকৈ টকা৷

আগন্তুক ১৯ আগষ্টত আনুষ্ঠানিকভাৱে প্ৰদান কৰিব এই ধন৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
broken clouds
27 ° C
27 °
27 °
89 %
0kmh
75 %
Fri
33 °
Sat
33 °
Sun
33 °
Mon
32 °
Tue
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular