spot_img
16 C
Guwahati
16 C
Guwahati
শুক্ৰবাৰ, জানুৱাৰী 28, 2022
Homeআঞ্চলিকপুনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আতংক! দুই ছাত্ৰীৰ দেহত ক’ভিড ১৯

পুনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আতংক! দুই ছাত্ৰীৰ দেহত ক’ভিড ১৯

ডিজিটেল ডেস্কঃ বিশ্বজুৰি অব্যাহত আছে ক’ভিডৰ ত্ৰাস! অসমতো পুনৰ দ্ৰুতগতিত সংক্ৰমণ দেখিবলৈ পোৱা গৈছে। আমালৈ অহা খবৰ অনুসৰি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘স্বৰ্ণলতা বৰুৱা ছাত্ৰী নিবাস’ৰ দুগৰাকী ছাত্ৰীৰ দেহত দেখা দিছে ক’ভিডৰ উপস্থিতিয়ে।

ইয়াৰ পূৰ্বে তিনিগৰাকীকৈ বিদেশী ছাত্ৰ কৰ’নাক্ৰান্ত হৈছিল। মহামাৰীৰ আতংকৰ মাজতে বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নিৰ্বাচন। নিশা পৰ্যন্ত চলিছে প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ। অভিযোগ উত্থাপন হৈছে ক’ভিড প্ৰটক’ল ভংগৰো। ১০ জানুৱাৰীত অনুষ্ঠিত হেৱাৰ কথা ‘DUPGSU’ৰ নিৰ্বাচন।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular