--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এটা কুকুৰে ওচৰৰে এখন হাবিৰ পৰা লাওখোলা এটা লৈ অহাত ঘটনাটো পোহৰলৈ আহে।

ডিজিটেল ডেস্ক: পানীতোলা অঞ্চলৰ গুটিবাৰী গাঁৱত নৰকংকাল উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


উল্লেখযোগ্য যে আজি দিনৰ ভাগত এটা কুকুৰে ওচৰৰে এখন হাবিৰ পৰা লাওখোলা এটা লৈ অহাত ঘটনাটো পোহৰলৈ আহে। এই দৃশ্য দেখি স্থানীয় ৰাইজে সজাগ হৈ আৰক্ষীক অৱগত কৰে।


ঘটনাৰ খবৰ পোৱাৰ পাছতেই আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ হোৱা নৰকংকালটো পৰীক্ষা কৰি প্ৰাথমিকভাৱে ই এগৰাকী ছোৱালীৰ হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।


ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত সকলো দিশত তদন্ত চলাইছে। ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোতে আতংক বিৰাজ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement